অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {বিল্দদৰ তৃতীয় বক্তৃতা। }
2. [PS]তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে, [PE][QS]প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে; [QE][QS]তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে। [QE]
3. [QS]তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে? [QE][QS]আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়? [QE]
4. [QS]তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে? [QE][QS]আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে? [QE]
5. [QS]চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়, [QE][QS]আৰু তৰাবোৰো নিৰ্ম্মল নহয়। [QE]
6. [QS]তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়! [QE][QS]আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়! [QE]

ৰেকৰ্ডসমূহ

মুঠ 42 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 25 / 42
1 {বিল্দদৰ তৃতীয় বক্তৃতা। } 2 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে, প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে; তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে। 3 তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে? আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়? 4 তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে? 5 চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়, আৰু তৰাবোৰো নিৰ্ম্মল নহয়। 6 তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়! আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!
মুঠ 42 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 25 / 42
×

Alert

×

Assamese Letters Keypad References