অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত। } [QS]হে ঈশ্বৰ, মোক ৰক্ষা কৰা! [QE][QS]হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা। [QE]
2. [QS]যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; [QE][QS]মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক। [QE]
3. [QS]যিসকলে মোক আহা আহা বোলে; [QE][QS]তেওঁলোকে লাজ পাই উলটি যাওক। [QE]
4. [QS]তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; [QE][QS]তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক। [QE]
5. [QS]কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; [QE][QS]হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; [QE][QS]তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; [QE][QS]হে যিহোৱা, পলম নকৰিবা। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 70 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত। } হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা। 2 যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক। 3 যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক। 4 তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক। 5 কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 70 / 150
×

Alert

×

Assamese Letters Keypad References