Assamese Bible Languages

Indian Language Bible Word Collections
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত। } [QS]হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; [QE][QS]বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল। [QE]
2. [QS]মানুহে মানুহৰ ওচৰত মিছা কথা কয়; [QE][QS]তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়। [QE]
3. [QS]তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়; [QE]
4. [QS]সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; [QE][QS]আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, [QE][QS]কোন আমাৰ ওপৰত প্ৰভু হ’ব?” [QE]
5. [QS]যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে [QE][QS]মই এতিয়া জাগি উঠিম। [QE][QS]নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।” [QE]
6. [QS]যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। [QE][QS]সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; [QE][QS]সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ। [QE]
7. [QS]হে যিহোৱা, তুমিয়েই আমাক[* তেওঁলোকক ] নিৰাপদে ৰাখিবা। [QE][QS]এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক [† তেওঁলোকক ] ৰক্ষা কৰিবা। [QE]
8. [QS]লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, [QE][QS]দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে। [QE]
Total 150 Chapters, Selected Chapter 12 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত। } হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল। 2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়। 3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়; 4 সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্ৰভু হ’ব?” 5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।” 6 যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ। 7 হে যিহোৱা, তুমিয়েই আমাক* তেওঁলোকক নিৰাপদে ৰাখিবা। এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক তেওঁলোকক ৰক্ষা কৰিবা। 8 লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।
Total 150 Chapters, Selected Chapter 12 / 150
×

Alert

×

Assamese Letters Keypad References