Assamese Bible Languages

Indian Language Bible Word Collections
1. [QS]তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; [QE][QS]হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা। [QE]
2. [QS]যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; [QE][QS]দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা। [QE]
3. [QS]বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, [QE][QS]সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা। [QE]
4. [QS]কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; [QE][QS]তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক। [QE]
5. [QS]কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র, [QE][QS]কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা। [QE]
6. [QS]মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; [QE][QS]পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান। [QE]
7. [QS]হে জাতিবোৰৰ ফৈদ সমূহ, [QE][QS]তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, [QE][QS]যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা। [QE]
8. [QS]তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা, [QE][QS]নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ। [QE]
9. [QS]যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা; [QE][QS]হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা। [QE]
10. [QS]বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, [QE][QS]“যিহোৱা ৰজা। [QE][QS]জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। [QE][QS]তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।” [QE]
11. [QS]আকাশমণ্ডলে আনন্দ কৰক, [QE][QS]পৃথিৱীয়ে উল্লাস কৰক; [QE][QS]সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক। [QE]
12. [QS]পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; [QE][QS]তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব। [QE]
13. [QS]যিহোৱাৰ সন্মুখতে গান কৰিব; [QE][QS]কিয়নো তেওঁ আহি আছে; [QE][QS]তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। [QE][QS]তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; [QE][QS]নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব। [QE]
Total 150 Chapters, Selected Chapter 96 / 150
1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা। 2 যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা। 3 বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা। 4 কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক। 5 কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা। 6 মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান। 7 হে জাতিবোৰৰ ফৈদ সমূহ, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা। 8 তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা, নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ। 9 যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা; হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা। 10 বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।” 11 আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক। 12 পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব। 13 যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।
Total 150 Chapters, Selected Chapter 96 / 150
×

Alert

×

Assamese Letters Keypad References