Assamese Bible Languages

Indian Language Bible Word Collections

Psalms Chapter 96

1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা। 2 যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা। 3 বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা। 4 কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক। 5 কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা। 6 মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান। 7 হে জাতিবোৰৰ ফৈদ সমূহ, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা। 8 তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা, নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ। 9 যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা; হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা। 10 বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।” 11 আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক। 12 পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব। 13 যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।
1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা। .::. 2 যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা। .::. 3 বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা। .::. 4 কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক। .::. 5 কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা। .::. 6 মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান। .::. 7 হে জাতিবোৰৰ ফৈদ সমূহ, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা। .::. 8 তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা, নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ। .::. 9 যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা; হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা। .::. 10 বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।” .::. 11 আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক। .::. 12 পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব। .::. 13 যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।
  • Psalms Chapter 1  
  • Psalms Chapter 2  
  • Psalms Chapter 3  
  • Psalms Chapter 4  
  • Psalms Chapter 5  
  • Psalms Chapter 6  
  • Psalms Chapter 7  
  • Psalms Chapter 8  
  • Psalms Chapter 9  
  • Psalms Chapter 10  
  • Psalms Chapter 11  
  • Psalms Chapter 12  
  • Psalms Chapter 13  
  • Psalms Chapter 14  
  • Psalms Chapter 15  
  • Psalms Chapter 16  
  • Psalms Chapter 17  
  • Psalms Chapter 18  
  • Psalms Chapter 19  
  • Psalms Chapter 20  
  • Psalms Chapter 21  
  • Psalms Chapter 22  
  • Psalms Chapter 23  
  • Psalms Chapter 24  
  • Psalms Chapter 25  
  • Psalms Chapter 26  
  • Psalms Chapter 27  
  • Psalms Chapter 28  
  • Psalms Chapter 29  
  • Psalms Chapter 30  
  • Psalms Chapter 31  
  • Psalms Chapter 32  
  • Psalms Chapter 33  
  • Psalms Chapter 34  
  • Psalms Chapter 35  
  • Psalms Chapter 36  
  • Psalms Chapter 37  
  • Psalms Chapter 38  
  • Psalms Chapter 39  
  • Psalms Chapter 40  
  • Psalms Chapter 41  
  • Psalms Chapter 42  
  • Psalms Chapter 43  
  • Psalms Chapter 44  
  • Psalms Chapter 45  
  • Psalms Chapter 46  
  • Psalms Chapter 47  
  • Psalms Chapter 48  
  • Psalms Chapter 49  
  • Psalms Chapter 50  
  • Psalms Chapter 51  
  • Psalms Chapter 52  
  • Psalms Chapter 53  
  • Psalms Chapter 54  
  • Psalms Chapter 55  
  • Psalms Chapter 56  
  • Psalms Chapter 57  
  • Psalms Chapter 58  
  • Psalms Chapter 59  
  • Psalms Chapter 60  
  • Psalms Chapter 61  
  • Psalms Chapter 62  
  • Psalms Chapter 63  
  • Psalms Chapter 64  
  • Psalms Chapter 65  
  • Psalms Chapter 66  
  • Psalms Chapter 67  
  • Psalms Chapter 68  
  • Psalms Chapter 69  
  • Psalms Chapter 70  
  • Psalms Chapter 71  
  • Psalms Chapter 72  
  • Psalms Chapter 73  
  • Psalms Chapter 74  
  • Psalms Chapter 75  
  • Psalms Chapter 76  
  • Psalms Chapter 77  
  • Psalms Chapter 78  
  • Psalms Chapter 79  
  • Psalms Chapter 80  
  • Psalms Chapter 81  
  • Psalms Chapter 82  
  • Psalms Chapter 83  
  • Psalms Chapter 84  
  • Psalms Chapter 85  
  • Psalms Chapter 86  
  • Psalms Chapter 87  
  • Psalms Chapter 88  
  • Psalms Chapter 89  
  • Psalms Chapter 90  
  • Psalms Chapter 91  
  • Psalms Chapter 92  
  • Psalms Chapter 93  
  • Psalms Chapter 94  
  • Psalms Chapter 95  
  • Psalms Chapter 96  
  • Psalms Chapter 97  
  • Psalms Chapter 98  
  • Psalms Chapter 99  
  • Psalms Chapter 100  
  • Psalms Chapter 101  
  • Psalms Chapter 102  
  • Psalms Chapter 103  
  • Psalms Chapter 104  
  • Psalms Chapter 105  
  • Psalms Chapter 106  
  • Psalms Chapter 107  
  • Psalms Chapter 108  
  • Psalms Chapter 109  
  • Psalms Chapter 110  
  • Psalms Chapter 111  
  • Psalms Chapter 112  
  • Psalms Chapter 113  
  • Psalms Chapter 114  
  • Psalms Chapter 115  
  • Psalms Chapter 116  
  • Psalms Chapter 117  
  • Psalms Chapter 118  
  • Psalms Chapter 119  
  • Psalms Chapter 120  
  • Psalms Chapter 121  
  • Psalms Chapter 122  
  • Psalms Chapter 123  
  • Psalms Chapter 124  
  • Psalms Chapter 125  
  • Psalms Chapter 126  
  • Psalms Chapter 127  
  • Psalms Chapter 128  
  • Psalms Chapter 129  
  • Psalms Chapter 130  
  • Psalms Chapter 131  
  • Psalms Chapter 132  
  • Psalms Chapter 133  
  • Psalms Chapter 134  
  • Psalms Chapter 135  
  • Psalms Chapter 136  
  • Psalms Chapter 137  
  • Psalms Chapter 138  
  • Psalms Chapter 139  
  • Psalms Chapter 140  
  • Psalms Chapter 141  
  • Psalms Chapter 142  
  • Psalms Chapter 143  
  • Psalms Chapter 144  
  • Psalms Chapter 145  
  • Psalms Chapter 146  
  • Psalms Chapter 147  
  • Psalms Chapter 148  
  • Psalms Chapter 149  
  • Psalms Chapter 150  
×

Alert

×

Assamese Letters Keypad References