Assamese Bible Languages

Indian Language Bible Word Collections
Total 28 Verses, Selected Verse 22 / 28
  • তেতিয়া দ্বিতীয় জনী মহিলাই ক’লে, “নহয়, জীয়াই থকা ল’ৰাটি মোৰ, মৰা জনহে তোমাৰ ল’ৰা।” তেতিয়া প্ৰথম জনীয়ে ক’লে, “নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা জনহে মোৰ।” এই দৰে তেওঁলোক দুয়োজনীয়ে ৰজাৰ আগত নিবেদন কৰিলে।
Total 28 Verses, Selected Verse 22 / 28
×

Alert

×

Assamese Letters Keypad References