Assamese Bible Languages

Indian Language Bible Word Collections
Total 27 Verses, Selected Verse 23 / 27
  • তাতে নামানে ক’লে, “আপুনি যদি দুই কিক্কৰ লয়, তাতো মই অতি সুখী হ’ম।” এই বুলি নামানে দুযোৰ কাপোৰ আৰু দুটা বস্তাত দুই কিক্কৰ ৰূপ বান্ধি নিজৰ দুজন দাসক কঢ়িয়াই নিবলৈ দিলে; তেওঁলোকে সেইবোৰ লৈ গেহজীৰ আগে আগে গ’ল।
Total 27 Verses, Selected Verse 23 / 27
×

Alert

×

Assamese Letters Keypad References