Assamese Bible Languages

Indian Language Bible Word Collections
Total 23 Verses, Selected Verse 3 / 23
  • পাছে ৰজাই ক’লে, “তোমাৰ প্ৰভুৰ নাতি ল’ৰাটি ক’ত?” তাতে চীবাই ৰজাক ক’লে, “চাওক, তেওঁ যিৰূচালেমত আছে; কিয়নো তেওঁ ক’লে, ‘ইস্ৰায়েল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব।’ ”
Total 23 Verses, Selected Verse 3 / 23
×

Alert

×

Assamese Letters Keypad References