Assamese Bible Languages

Indian Language Bible Word Collections
Total 17 Verses, Selected Verse 1 / 17
1 2 3 4 5 6 7 8 9
  • “আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছত এখন তৰ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা।
Total 17 Verses, Selected Verse 1 / 17
1 2 3 4 5 6 7 8 9
×

Alert

×

Assamese Letters Keypad References