Assamese Bible Languages

Indian Language Bible Word Collections
Total 51 Verses, Selected Verse 2 / 51
  • তেওঁ লিবানোনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে এশ হাত, বহলে পঞ্চাশ হাত আৰু উচ্চতাত ত্ৰিশ হাত আছিল৷ সেই গৃহ এৰচ কাঠৰ চতি লগোৱা চাৰি শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল।
Total 51 Verses, Selected Verse 2 / 51
×

Alert

×

Assamese Letters Keypad References