Assamese Bible Languages

Indian Language Bible Word Collections
Total 27 Verses, Selected Verse 3 / 27
  • পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব† জখ 8:8; 2 কৰি 6:16৷
Total 27 Verses, Selected Verse 3 / 27
×

Alert

×

Assamese Letters Keypad References