Assamese Bible Languages

Indian Language Bible Word Collections
Total 27 Verses, Selected Verse 1 / 27
  • {পোতা টঙালিৰ উপমা। যিহূদীসকলৰ অদম্য দুষ্টতা। } যিহোৱাই মোক এইদৰে ক’লে, “তুমি গৈ শণ সূতাৰে বোৱা কাপোৰৰ এগছ টঙালি কিনি তোমাৰ কঁকালত বান্ধা, তাক প্রথমে পানীত নিতিয়াবা।”
Total 27 Verses, Selected Verse 1 / 27
×

Alert

×

Assamese Letters Keypad References