Assamese Bible Languages

Indian Language Bible Word Collections
Total 35 Verses, Selected Verse 10 / 35
  • সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাঁই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাঁই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাঁইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল।
Total 35 Verses, Selected Verse 10 / 35
×

Alert

×

Assamese Letters Keypad References