Assamese Bible Languages

Indian Language Bible Word Collections
Total 10 Verses, Selected Verse 8 / 10
1 2 3 4 5 6 7 8 9 10
  • ফৌৰণ, আপোনাৰ সকলো দাস সকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল।
Total 10 Verses, Selected Verse 8 / 10
1 2 3 4 5 6 7 8 9 10
×

Alert

×

Assamese Letters Keypad References