Assamese Bible Languages

Indian Language Bible Word Collections
Total 20 Verses, Selected Verse 7 / 20
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
  • পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”
Total 20 Verses, Selected Verse 7 / 20
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
×

Alert

×

Assamese Letters Keypad References