Assamese Bible Languages

Indian Language Bible Word Collections
Total 33 Verses, Selected Verse 24 / 33
  • সেই সময়ত দায়ুদ নগৰৰ দুই দোৱাৰৰ মাজত বহি আছিল৷ তেতিয়া প্ৰহৰীয়ে নগৰৰ দোৱাৰৰ ওপৰ ভাগৰ গড়ৰ ওপৰত উঠি চকু তুলি চালে৷ তেতিয়া তেওঁ এজন মানুহ অকলেই তেওঁলোকৰ ফালে লৰি আহি থকা দেখিলে।
Total 33 Verses, Selected Verse 24 / 33
×

Alert

×

Assamese Letters Keypad References