Assamese Bible Languages

Indian Language Bible Word Collections
Total 12 Verses, Selected Verse 4 / 12
1 2 3 4 5 6 7 8 9 10 11 12
  • আপোনালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছে, সেই সকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ।
Total 12 Verses, Selected Verse 4 / 12
1 2 3 4 5 6 7 8 9 10 11 12
×

Alert

×

Assamese Letters Keypad References