Assamese Bible Languages

Indian Language Bible Word Collections
Total 40 Verses, Selected Verse 30 / 40
  • তাৰ পাছত নগৰৰ মানুহবোৰে যোৱাচক ক’লে, “তোমাৰ পুত্ৰক বাহিৰলৈ উলিয়াই আনা, সি মৰিব লাগে; কিয়নো সি বাল-দেৱতাৰ বেদী ভাঙিলে আৰু তাৰ ওচৰত থকা আচেৰাৰ খুঁটি কাটি পেলাইছে।”
Total 40 Verses, Selected Verse 30 / 40
×

Alert

×

Assamese Letters Keypad References