Assamese Bible Languages

Indian Language Bible Word Collections
Total 21 Verses, Selected Verse 1 / 21
1 2 3 4 5 6 7 8 9
  • {যজ্ঞবেদী আৰু চোতালৰ বিষয়ে আদেশ। } তুমি যজ্ঞবেদীটো চিটীম কাঠেৰে সাজিবা। সেই বেদীৰ দীঘলে পাঁচ হাত, বহলে পাঁচ হাত হ’ব লাগিব। যজ্ঞবেদীৰ চাৰিও দিশ সমান হ’ব লাগিব, আৰু ওখই তিনি হাত হ’ব লাগিব।
Total 21 Verses, Selected Verse 1 / 21
1 2 3 4 5 6 7 8 9
×

Alert

×

Assamese Letters Keypad References