Assamese Bible Languages

Indian Language Bible Word Collections
Total 44 Verses, Selected Verse 41 / 44
  • তেতিয়া ইলীচাই ক’লে, “অলপমান ময়দা লৈ আনা।” তেওঁ সেই ময়দাখিনি চৰুত পেলাই দি ক’লে, “এতিয়া এইখিনি লোকসকলে খাবৰ কাৰণে তেওঁলোকৰ মাজত বাকি দিয়া।” তাতে চৰুত ক্ষতিকাৰক একোৱেই নাথাকিল।
Total 44 Verses, Selected Verse 41 / 44
×

Alert

×

Assamese Letters Keypad References