Assamese Bible Languages

Indian Language Bible Word Collections
Total 41 Verses, Selected Verse 1 / 41
  • {#1এজন খেতিয়কৰ দৃষ্টান্ত } তাৰ পাছত যীচুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাৱত উঠি বহিল; আৰু লোক সকল সাগৰৰ পাৰতে ৰৈ থাকিল।
Total 41 Verses, Selected Verse 1 / 41
×

Alert

×

Assamese Letters Keypad References