Assamese Bible Languages

Indian Language Bible Word Collections
Total 35 Verses, Selected Verse 4 / 35
  • {#1গিদিয়োনে মিদিয়নৰ দুজন ৰজাক ধৰা } গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ যৰ্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।
Total 35 Verses, Selected Verse 4 / 35
×

Alert

×

Assamese Letters Keypad References