Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 10 / 25
  • “সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছামতে খোৱাৰ পাছত, তেওঁলোকক আগতকৈ নিম্নমানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হ’লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।”
Total 25 Verses, Selected Verse 10 / 25
×

Alert

×

Assamese Letters Keypad References