Assamese Bible Languages

Indian Language Bible Word Collections
Total 22 Verses, Selected Verse 18 / 22
  • ৰাণীৰ এই কৰ্মৰ বিষয়ে পাৰস্য আৰু মাদিয়াৰ ভদ্ৰ মহিলা সকলে শুনি সেই দিনটো অতিক্রম নোহোৱাৰ আগতে ৰজা আৰু কৰ্মচাৰী সকলক সেইদৰে ক’ব। সেয়ে এই কথা বহুত অপমান আৰু ক্ৰোধৰ বিষয় হ’ব।
Total 22 Verses, Selected Verse 18 / 22
×

Alert

×

Assamese Letters Keypad References