Assamese Bible Languages

Indian Language Bible Word Collections
Total 40 Verses, Selected Verse 12 / 40
  • তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো।
Total 40 Verses, Selected Verse 12 / 40
×

Alert

×

Assamese Letters Keypad References