Assamese Bible Languages

Indian Language Bible Word Collections
Total 29 Verses, Selected Verse 1 / 29
  • {যিৰূচালেমলৈ নিয়ম-চন্দুক অনা। দায়ূদৰ স্তুতি-গীত। } তাৰ পাছত দায়ূদে নিজৰ বাবে দায়ূদৰ নগৰত ঘৰবোৰ নিৰ্ম্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে।
Total 29 Verses, Selected Verse 1 / 29
×

Alert

×

Assamese Letters Keypad References