Assamese Bible Languages

Indian Language Bible Word Collections
Total 34 Verses, Selected Verse 21 / 34
  • চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
Total 34 Verses, Selected Verse 21 / 34
×

Alert

×

Assamese Letters Keypad References