Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 20 / 25
  • তেতিয়া দায়ূদে বালপৰাচীমলৈ আহি তাতে তেওঁলোকক পৰাজয় কৰিলে৷ তেওঁ মন্তব্য কৰি ক’লে, “যিহোৱাই মোৰ শত্ৰূবোৰক মোৰ সন্মুখত বান পানীয়ে সেতু ভঙাৰ দৰে তেওঁলোকক ভাঙিলে।” এই কাৰণে সেই ঠাইৰ নাম বালপৰাচীম ৰাখা হ’ল।
Total 25 Verses, Selected Verse 20 / 25
×

Alert

×

Assamese Letters Keypad References