Assamese Bible Languages

Indian Language Bible Word Collections
Total 28 Verses, Selected Verse 1 / 28
  • {#1ইকনিয়ত পৌল আৰু বার্ণব্বা } পাছত পৌল আৰু বার্ণব্বাই ইকনিয় নগৰত সোমাই, দুয়ো একেলগে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল। তাত তেওঁলোকে এনেকৈ কথা ক’লে যে, ইহুদী আৰু গ্রীক সকলৰ বহুলোকে বিশ্বাস কৰিলে।
Total 28 Verses, Selected Verse 1 / 28
×

Alert

×

Assamese Letters Keypad References