Assamese Bible Languages

Indian Language Bible Word Collections
Total 49 Verses, Selected Verse 7 / 49
  • বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল।
Total 49 Verses, Selected Verse 7 / 49
×

Alert

×

Assamese Letters Keypad References