Assamese Bible Languages

Indian Language Bible Word Collections
Total 22 Verses, Selected Verse 19 / 22
  • মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু আপোনালোকে তেতিয়া মোৰ অস্থিক আপোনালোকৰ লগত লৈ যাব।”
Total 22 Verses, Selected Verse 19 / 22
×

Alert

×

Assamese Letters Keypad References