Assamese Bible Languages

Indian Language Bible Word Collections
Total 27 Verses, Selected Verse 2 / 27
  • হে ইস্ৰায়েল-বংশ; মই তোমালোকৰ যি বিষয় লৈ বিলাপ কৰিছোঁ, সেই বিষয়ে তোমালোকে শুনা। “কুমাৰী ইস্ৰায়েল পতিত হ’ল, তেওঁ পুনৰ নুঠিব; তেওঁক নিজৰ দেশৰ মাটিত পৰিত্যক্তা কৰি পেলাই থোৱা হৈছে, তেওঁক তুলিবলৈ কোনো নাই।”
Total 27 Verses, Selected Verse 2 / 27
×

Alert

×

Assamese Letters Keypad References