Assamese Bible Languages

Indian Language Bible Word Collections
Total 26 Verses, Selected Verse 1 / 26
  • {#1কয়িন আৰু হেবলৰ বিৱৰণ } মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।”
Total 26 Verses, Selected Verse 1 / 26
×

Alert

×

Assamese Letters Keypad References