Assamese Bible Languages

Indian Language Bible Word Collections
Total 29 Verses, Selected Verse 7 / 29
  • যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে, “হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা, তেওঁৰ লোকসকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা, তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা; তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।”
Total 29 Verses, Selected Verse 7 / 29
×

Alert

×

Assamese Letters Keypad References