Assamese Bible Languages

Indian Language Bible Word Collections
Total 15 Verses, Selected Verse 11 / 15
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
  • আখীচৰ দাসবোৰে তেওঁক ক’লে, “এই মানুহ জন জানো দেশৰ ৰজা দায়ুদ নহয় নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাই নে - “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক?”
Total 15 Verses, Selected Verse 11 / 15
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
×

Alert

×

Assamese Letters Keypad References