Assamese Bible Languages

Indian Language Bible Word Collections
Total 31 Verses, Selected Verse 1 / 31
  • যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।
Total 31 Verses, Selected Verse 1 / 31
×

Alert

×

Assamese Letters Keypad References