Assamese Bible Languages

Indian Language Bible Word Collections
Total 29 Verses, Selected Verse 27 / 29
  • দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল।
Total 29 Verses, Selected Verse 27 / 29
×

Alert

×

Assamese Letters Keypad References