Assamese Bible Languages

Indian Language Bible Word Collections
Total 27 Verses, Selected Verse 5 / 27
  • এই বিষয়ে চিন্তা কৰি থাকোতে মই দেখিলোঁ যে, পশ্চিম ফালৰ পৰা এটা মতা ছাগলী গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ বেগেৰে দৌৰি আহি আছিল। সেই ছাগলীৰ চকু দুটাৰ মাজত এটা ডাঙৰ শিং আছিল।
Total 27 Verses, Selected Verse 5 / 27
×

Alert

×

Assamese Letters Keypad References