Assamese Bible Languages

Indian Language Bible Word Collections
Total 27 Verses, Selected Verse 2 / 27
  • পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।
Total 27 Verses, Selected Verse 2 / 27
×

Alert

×

Assamese Letters Keypad References