Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 12 / 25
  • ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
Total 25 Verses, Selected Verse 12 / 25
×

Alert

×

Assamese Letters Keypad References