Assamese Bible Languages

Indian Language Bible Word Collections
Total 29 Verses, Selected Verse 5 / 29
  • তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে কয়ীলালৈ গৈ পলেষ্টীয়াসকলৰ লগত যুদ্ধ কৰিলে। তেওঁলোকৰ পশুবোৰ লৈ গ’ল, আৰু আক্ৰমণ কৰি তেওঁলোকৰ মাজত সংহাৰ কৰিলে। এইদৰে দায়ূদে কয়ীলা নিবাসীসকলক উদ্ধাৰ কৰিলে।
Total 29 Verses, Selected Verse 5 / 29
×

Alert

×

Assamese Letters Keypad References