Assamese Bible Languages

Indian Language Bible Word Collections
Total 28 Verses, Selected Verse 11 / 28
  • {#1নতুন ব্যৱস্থা অনুযায়ী উপাসনা } ভৱিষ্যত মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল, তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ পবিত্ৰ তম্বুৱেদি আহিল, এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়৷
Total 28 Verses, Selected Verse 11 / 28
×

Alert

×

Assamese Letters Keypad References