Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 18 / 25
  • যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।
Total 25 Verses, Selected Verse 18 / 25
×

Alert

×

Assamese Letters Keypad References