Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 14 / 25
  • {#1ইলীচাৰ মৃত্যু } পাছত ইলীচা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইস্রায়েলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক’লে, “হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব!”
Total 25 Verses, Selected Verse 14 / 25
×

Alert

×

Assamese Letters Keypad References