Assamese Bible Languages

Indian Language Bible Word Collections
Total 13 Verses, Selected Verse 7 / 13
1 2 3 4 5 6 7 8 9 10 11 12 13
  • কিন্তু সকলোৰে এনে জ্ঞান নাই; কিয়নো কোনো লোকৰ পূৰ্বৰ মূৰ্তিপূজাৰ অভ্যাস এতিয়ালৈকে থকাত, তেওঁলোকে দেৱতালৈ উৎসর্গ কৰা খোৱা বস্তু এতিয়াও প্ৰসাদ বুলি খায়; তাতে তেওঁলোকৰ বিবেক দূৰ্বল হোৱাত, সেয়ে অশুচি হয়।
Total 13 Verses, Selected Verse 7 / 13
1 2 3 4 5 6 7 8 9 10 11 12 13
×

Alert

×

Assamese Letters Keypad References