Assamese Bible Languages

Indian Language Bible Word Collections
Total 22 Verses, Selected Verse 10 / 22
  • চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে। যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে।
Total 22 Verses, Selected Verse 10 / 22
×

Alert

×

Assamese Letters Keypad References