Assamese Bible Languages

Indian Language Bible Word Collections
Total 23 Verses, Selected Verse 7 / 23
  • তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”
Total 23 Verses, Selected Verse 7 / 23
×

Alert

×

Assamese Letters Keypad References