Assamese Bible Languages

Indian Language Bible Word Collections
Total 32 Verses, Selected Verse 1 / 32
  • {#1মণ্ডলীত ঐক্যতা ৰক্ষা কৰিবলৈ উদগণি } এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক।
Total 32 Verses, Selected Verse 1 / 32
×

Alert

×

Assamese Letters Keypad References