Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 2 / 25
  • এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।
Total 25 Verses, Selected Verse 2 / 25
×

Alert

×

Assamese Letters Keypad References