Assamese Bible Languages

Indian Language Bible Word Collections
Total 23 Verses, Selected Verse 6 / 23
  • পাছত উজ্জিয়াই যাত্ৰাত ওলাই গৈ পলেষ্টীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ তেওঁ গাত, যবনি আৰু অচ্‌দোদৰ গড়বোৰ ভাঙি পেলাইছিল আৰু অচদোদৰ অঞ্চলৰ লগতে ফিলিষ্টীয়াসকলৰ মাজত কেইবাখনো নগৰ সাজিছিল।
Total 23 Verses, Selected Verse 6 / 23
×

Alert

×

Assamese Letters Keypad References